Show/Hide Keyboard Layout

জয় জয় দানৱ সেৱিত মহাদেৱ

- জ্যোতিপ্ৰসাদ আগৰৱালা

জয় জয় দানৱ সেৱিত মহাদেৱ

জয় জয় ত্ৰিশূলধাৰী

জয় শিৱ শংকৰ জয় জয় বিষধৰ

জয় ভীম বিভোল ভয়হাৰী ।।

Hits: 1690